Namoni Axom Gramya Mahotsebha
top of page

Welcome to
নামনি অসম গ্রাম্য মহোৎসৱ
Home: Welcome
বিশেষ কাৰণত ২৭/১২/২০২৩/ তাৰিখত হ'বলগীয়া নামনি অসম গ্ৰম্য মহোৎসৱ খন, জানুৱাৰী ০৩/০১/২০২৪ তাৰিখৰ পৰা জানুৱাৰী ১৩ লৈকে ১১ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। সেয়েহে আপোনালোকৰ সহায় সহযোগিতা একান্ত ভাবে কামনা কৰিছোঁ। সভাপতি, #দুলাল_চন্দ্ৰ_দাস। সাধাৰণ সম্পাদক, #মুহাম্মদ_আলী, নামনি অসম গ্ৰম্য মহোৎসৱ।
গ্ৰাম্য অঞ্চলৰ প্ৰচলিত সমস্যা বাল্য বিবাহ বন্ধৰ লগতে বৰ্ধিত জনসংখ্যা সমস্যা, ড্ৰাগছ বা নিচা যাবতীয় বস্তু সেৱনৰ বিৰুদ্ধে আৰু কুসংস্কাৰ প্ৰথা বন্ধ, শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ সজাগতা সভা আয়োজন কৰাৰ উপৰিও অবিভক্ত গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত অৱস্থিত গ্ৰাম্য অঞ্চলৰ থলুৱা খাদ্য,কলা কৃষ্টি,ভাষা সংস্কৃতি,খেল ধেমালি,কুটিৰ শিল্প আদিৰ উন্নয়ন আৰু বহিঃ প্ৰকাশেই আমাৰ লক্ষ্য।
নামনি অসম গ্রাম্য মহোৎসৱ
.jpeg)
WhatsApp Image 2021-11-26 at 7.21.29 PM (2).jpeg

PicsArt_11-23-10.50.24.jpg
.jpeg)
WhatsApp Image 2021-11-26 at 7.21.29 PM (1).jpeg
.jpeg)
WhatsApp Image 2021-11-26 at 7.21.29 PM (2).jpeg
Home: Welcome

Home: Image
About us
নামনি অসম তথা অভিবক্ত ধুবুৰী জিলাৰ বিশেষকৈ বহ্মপুত্র নদীৰ দক্ষিণপাৰৰ থলুৱা খাদ্য , কলা কৃষ্টি , খেল ধেমালি , শিক্ষাদীক্ষা , কুটিৰ শিল্প আদিৰ উন্নয়ন আৰু বহিঃ প্রকাশেই আমাৰ লক্ষ্য -

Home: About
Home: Blog2
Home: Pro Gallery
Designed And Developed by__ Moktadir Hussain
Designed And Developed by__ Moktadir Hussain
+91 8638563485
Home: Quote
bottom of page







